पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील লাভ কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

লাভ কৰা   ক্ৰিয়া

अर्थ : কোনো কামত লগাতকৈ বেছি উপার্জন ্কৰা

उदाहरणे : তেওঁ ফলমূলৰ ব্যৱসায়ৰ যোগেদি বহুত লাভ কৰিছে

समानार्थी : লাভ অর্জন ্কৰা, লাভান্বিত হোৱা

अर्थ : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা

उदाहरणे : এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ

समानार्थी : পোৱা

अर्थ : কোনো প্রকাৰে নিজৰ অধিকাৰলৈ অহা

उदाहरणे : মই ৰামৰ পৰা এশ টকা পালোঁ

समानार्थी : পোৱা

अर्थ : কোনোবাই পঠোৱা বা কʼৰবাৰ পৰা অহা কোনো বস্তু প্রাপ্তি

उदाहरणे : তিনি সপ্তাহ আগতেই পঠোৱা চিঠিখন মোৰ ওচৰ এতিয়াও পোৱাহি নাই

समानार्थी : আহি পোৱা, পোৱা

अर्थ : নিজৰ অধিকাৰ সাব্যস্ত কৰা

उदाहरणे : অশোকে কলিংগত জয় লাভ কৰিছিল

समानार्थी : পোৱা, প্রাপ্ত কৰা

अर्थ : প্রাপ্ত হোৱা বা পোৱা কার্য

उदाहरणे : তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো

समानार्थी : পোৱা, প্রাপ্তি ঘটা

अर्थ : পায় যোৱা

उदाहरणे : এই কাম কৰি মই অত্যাধিক প্রসন্নতা পালো

समानार्थी : পোৱা

चौपाल