अर्थ : যি বৰ দৰকাৰী বা ডাঙৰ নহয়, অর্থাৎ সাধাৰণ আৰু সৰু
उदाहरणे :
তেওঁ সৰু-সুৰা কাম কৰি নিজৰ পৰিয়াল চলাই আছে
समानार्थी : সৰু-সুৰা
अर्थ : যি অদৰকাৰেৰে পূর্ণ
उदाहरणे :
অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
समानार्थी : অদৰকাৰী, অনাৱশ্যকীয়, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, অসংগত, নলগা-, যা-তা