पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील লাগি ধৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

লাগি ধৰা   ক্ৰিয়া

अर्थ : আঠাজাতীয় বস্তুৰ সৈতে কোনো দুটা বস্তু পৰস্পৰ লগলাগি যোৱা

उदाहरणे : কাগজখন কাঠডালত লাগি ধৰিল

समानार्थी : আঁট ্খোৱা

अर्थ : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা

उदाहरणे : মোৰ ডিঙিটো টানি ধৰিছে

समानार्थी : টানি ধৰা, পাক খোৱা, মোচোকা খোৱা

अर्थ : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা

उदाहरणे : শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল

समानार्थी : আঠা লগা, লগ লগা, লিপিট খোৱা, সাবটি ধৰা

লাগি ধৰা   বিশেষণ

अर्थ : যি ওলমি পৰিছে

उदाहरणे : দীপকে গছত লাগি ধৰা চিলাখন এৰোৱাই আছে

समानार्थी : ওলমি থকা, ফাঁচ লগা

चौपाल