पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील লগোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

লগোৱা   বিশেষ্য

अर्थ : লগোৱা কার্য

उदाहरणे : গছপুলি কেৱল লগোৱাটোৱেই আৱশ্যকীয় নহয় বৰঞ্চ তাৰ চোৱা-চিতা কৰাটো অতি জৰুৰী

अर्थ : কোনো বস্তু লগোৱা বা স্থাপন কৰা কার্য

उदाहरणे : দূৰভাষ লগাওতে অধিক সময় নালাগিব

লগোৱা   ক্ৰিয়া

अर्थ : পৰস্পৰৰ মাজত এনেভাৱে মিলিত হোৱা যাতে দুজনৰ পৃষ্ঠ বা তল পৰস্পৰৰ গাত লাগি যায়

उदाहरणे : তুমি নিজৰ শৰীৰটো মোৰ গাত নলগাবা

अर्थ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া

उदाहरणे : লতাই কুর্তাটোত বুটাম লগাই আছে

समानार्थी : চিলাই কৰা, জোৰা লগোৱা, সীওৱা, সীৱন কৰা

अर्थ : ভালদৰে স্থিৰ কৰা কার্য

उदाहरणे : ৰাজমিস্ত্ৰীয়ে মজিয়াত টাইলচ লগাইছে

समानार्थी : বহুওৱা

अर्थ : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা

उदाहरणे : সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে

समानार्थी : খটোৱা

अर्थ : কোনো এবিধ বস্তুৰ গাত আন বস্তু বিয়পাই দিয়া

उदाहरणे : কিছুমান মানুহে ৰুটিত ঘিউ সানি লয়

समानार्थी : ঘঁ্হা, সনা

अर्थ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া

उदाहरणे : সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে

समानार्थी : অভিলেপ কৰা, চৰোৱা

अर्थ : কোনো সঠিক ঠাইত উপনীত কৰোৱা

उदाहरणे : ড্রাইভাৰে গাড়ীখন বাছ আস্থানত লগালেহি

अर्थ : উদ্ভিদ আদিৰ ৰোপন কার্য

उदाहरणे : মালীয়ে টাবত গোলাপৰ কলম লগালে

समानार्थी : ৰোপন কৰা

अर्थ : ব্যৱহাৰ বা কামত অহা

उदाहरणे : ৰাজগীৰে এই ঘৰটোত এশ বস্তা চিমেণ্ট লগালে

समानार्थी : খৰচ কৰা

अर्थ : কার্যত সংলগ্ন কৰোৱা

उदाहरणे : এক একৰ খেতিৰ শষ্য কাটিবলৈ খেতিয়কে পাঁচজন মানুহ লগালে

अर्थ : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য

उदाहरणे : সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে

समानार्थी : ওলোমাই থোৱা

अर्थ : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া

उदाहरणे : হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়

समानार्थी : লেপন লগোৱা, সনা

अर्थ : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা

उदाहरणे : দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে

समानार्थी : ব্যৱস্থিত কৰা, সজোৱা

अर्थ : ছাতি, চছমা আদি ধাৰণ কৰা

उदाहरणे : আজিকালি সৰু-সৰু লʼৰা-ছোৱালীয়েও চছমা লগায়

समानार्थी : ধাৰণ কৰা

अर्थ : কাৰোবাৰ ওপৰত দোষ আদি দিয়া

उदाहरणे : তেওঁ নিজৰ দোষ মোৰ ওপৰত আৰোপ কৰিলে

समानार्थी : আৰোপ কৰা, দিয়া

अर्थ : বিনিয়োগ কৰা

उदाहरणे : তেওঁ নিজৰ বহুত ধন শ্বেয়াৰ মার্কেটত বিনিয়োগ কৰিছে

समानार्थी : খটুৱা, বিনিয়োগ কৰা

अर्थ : কোনো বস্তুৰ ওপৰত কিবা সিয়া, লগোৱা বা জোৰা দিয়া কার্য

उदाहरणे : কামিজত বুটাম লগাই দিয়া

समानार्थी : লগাই দিয়া

चौपाल