अर्थ : উদ্ভিদ আদিত ফল-ফুল লগা কার্য্য
उदाहरणे :
এই বছৰ আম গছত সোনকালে মল লাগিছে
अर्थ : কার্য আদিত ৰত হোৱা
उदाहरणे :
ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
समानार्थी : ব্যস্ত হোৱা, লাগি থকা
अर्थ : কোনো সঠিক ঠাইত গৈ উপনীত হোৱা
उदाहरणे :
নাওখন নদীৰ পাৰত গৈ লাগিল
अर्थ : অনুমানতকৈ বেছি প্রয়োজন হোৱা
उदाहरणे :
এই কামটোত বহুত টকা লাগিছে
अर्थ : কোনো কামত দৃঢ়তাৰে লাগি থকা
उदाहरणे :
বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল
समानार्थी : লাগি যোৱা
अर्थ : কাৰোবাক আঘাত দিয়া
उदाहरणे :
তেওঁ ্মোক পেনৰ নিব লগালে
अर्थ : আঘাত বা কষ্ট পোৱা
उदाहरणे :
তেওঁৰ ্ কথাই মোক বৰকৈ আঘাত কৰিলে খুঁটিটোত মোৰ ভৰিখন বৰ জোৰেৰে লাগিল
समानार्थी : আঘাত কৰা
अर्थ : সম্বন্ধত কিবা হোৱা
उदाहरणे :
মনোজদেৱ সম্বন্ধত মোৰ খুৰা লাগে
अर्थ : উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰা
उदाहरणे :
বাগিছাত ৰোপন কৰা দহজোপাৰ উদ্ভিদৰ ভিতৰত সাতজোপা লাগিছে
अर्थ : কোনো ভাব অৱস্থা আদিৰ উৎপন্ন হোৱা
उदाहरणे :
আজিৰ ৰসজ্ঞ কবি সন্মিলনত বৰ আনন্দ লাগিল