पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील লক্ষ্য शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

লক্ষ্য   বিশেষ্য

अर्थ : দেখা কার্য

उदाहरणे : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়

समानार्थी : অৱলোকন, চোৱা-, দর্শন, দৃষ্টিপাত, নেত্রপাত, বিলোকন

अर्थ : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে

उदाहरणे : ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই

समानार्थी : গন্তব্য, লক্ষ্য স্থান

अर्थ : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়

उदाहरणे : তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !

समानार्थी : নিচান

अर्थ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

उदाहरणे : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

समानार्थी : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, হেতু

अर्थ : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়

उदाहरणे : অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল

समानार्थी : নিচান

अर्थ : যাৰ ওপৰত কোনো উদ্দেশ্যৰে দৃষ্টি ৰখা হয় বা উদৃষ্ট পদার্থ ্বা কথা

उदाहरणे : এই বছৰ ঘেঁহুৰ ্উৎপাদনৰ লক্ষ্য দহ লাখ টন ৰখা হৈছে

चौपाल