पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील যোৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

যোৰা   বিশেষ্য

अर्थ : এজন মানুহে এবাৰত একেলগে পিন্ধা সকলো কাপোৰ

उदाहरणे : তেওঁ বাকচত থোৱা কাপোৰবোৰৰ মাজৰ পৰা এযোৰ কাপোৰ উলিয়াই পিন্ধিলে

समानार्थी : যোৰ

अर्थ : কোনোধৰণৰ কামত অহা দুটা বস্তু যাক একেলগে এটা বুলি গণ্য কৰা হয়

उदाहरणे : মোৰ ছোৱালীজনীক বছৰত পাঁচযোৰ জোতা-চেণ্ডেল লাগে

समानार्थी : যোৰ

अर्थ : একে ধৰণৰ দুটা বস্তু

उदाहरणे : পাৰৰ এই যোৰাটো ভাল

समानार्थी : হাল

अर्थ : দুজন ব্যক্তি, বস্তু আদিৰ ইটো-সিটোৰ সৈতে সহযোগ বা সম্বন্ধ থকা

उदाहरणे : তেওঁলোকৰ ্যোৰা বহুত ভাল লাগে

अर्थ : নৰ আৰু নাৰীৰ একেলগে দুয়োজন

उदाहरणे : চিকাৰীটোৱে ক্রৌঞ্চ পক্ষীৰ যোৰাটোৰ এটাক মাৰি পেলালে

समानार्थी : মিথুন, যুগল

चौपाल