सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
उदाहरणे : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
समानार्थी : উপযুক্ততা, ক্ষমতা, সামর্থ্য
अर्थ : কোনো পদ, কার্য আদিৰ কাৰণে যোগ্য হোৱা অৱস্থা বা ভাব
उदाहरणे : যোগ্যতাৰ কাৰণেই তেওঁ অধ্যাপকৰ পদটো পালে
स्थापित करा