अर्थ : গণিতত যুক্ত বা সংযোগ কৰা চিহ্ন
उदाहरणे :
এই অংকৰ প্রশ্নটোত যোগ চিনৰ বিপৰীতে বিয়োগ চিন দিছে
समानार्थी : যোগ চিন
अर्थ : একতকৈ অধিক সংখ্যা লগ লগোৱা কার্য
उदाहरणे :
মুঠ অংকটোৰ যোগ কিমান হʼল ?
अर्थ : যোগশাস্ত্রত নির্দেশিত ইন্দ্রিয়ক দমন কৰিব পৰা কর্ম
उदाहरणे :
তেওঁ প্রতিদিন যোগসাধনা কৰে
समानार्थी : যোগসাধনা