सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজনে যুদ্ধ কৰে
उदाहरणे : প্রকৃত যোদ্ধাই যুদ্ধভূমিত নিজৰ প্রাণ দিব পাৰে কিন্তু কেতিয়াও পিছ হুহকি নাহে
समानार्थी : যুঁ্জাৰু, যুজন্তা, যুজোঁতা, যুদ্ধকর্তা, যোদ্ধা, সংগ্রামী, ৰণুৱা
अर्थ : যুঁজ কৰোঁতা, যি পলৰীয়া নহয়
उदाहरणे : যুঁ্জাৰু যোদ্ধা ৰণভূমিত শ্বহীদ হʼল
समानार्थी : যুঁজন্ত্া, যুঁজোঁতা, যুঁ্জাৰু, যুদ্ধকর্তা, যোদ্ধা
स्थापित करा