पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील যুদ্ধ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

যুদ্ধ   বিশেষ্য

अर्थ : সংকটপূর্ণ ্বা বিপৰীত পৰিস্থিতিৰ পৰা ওলাই আগুৱাই আহিবৰ কাৰণে কৰা প্রয়াস

उदाहरणे : বহুতো সময়ত আমি নিজৰ সৈতে নিজে সংঘর্ষ কৰিবলগীয়া হয়

समानार्थी : দন্দ্ব, সংঘর্ষ

अर्थ : ভয়ানক কিহবাৰ সমাপ্তিৰ বাবে কৰা সন্মিলিত অভিযান

उदाहरणे : তেওঁ দৰিদ্রতাৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ কৰিলে আমি সন্ত্রাসবাদৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ কৰিব লাগে

समानार्थी : সংগ্রাম

अर्थ : শত্রুতাৰ কাৰণে দুটা ফৈদৰ মাজত অস্ত্র-শস্ত্রৰে কৰা হিংসাত্মক কার্য

उदाहरणे : মহাভাৰতৰ যুদ্ধ ওঠৰ দিন ধৰি চলিছিল

समानार्थी : যুঁজ, যুঁজ-্বাগৰ, যুদ্ধ-বিগ্রহ, লৰাই, সংঘর্ষ, সমৰ, ্সংগ্রাম, ৰণ

चौपाल