पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील যুগ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

যুগ   বিশেষ্য

अर्थ : বহুত বেছি সময়

उदाहरणे : তেওঁৰ অপেক্ষাত মোৰ এযুগ পাৰ হৈ গʼল

अर्थ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়

उदाहरणे : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???

समानार्थी : কাল, দিন

अर्थ : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়

उदाहरणे : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়

समानार्थी : কাল, সময়

चौपाल