अर्थ : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা
उदाहरणे :
ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে
समानार्थी : কষ্ট দিয়া, শাস্তি দিয়া
अर्थ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
उदाहरणे :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
समानार्थी : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, শাস্তি দিয়া