सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ব্যৱস্থা কৰা কার্য ্বা ভাব
उदाहरणे : সকলো কামৰে ব্যৱস্থাপনা ভালদৰে হোৱা উচিত
समानार्थी : আয়োজন, ব্যৱস্থাপনা, যোগাৰ, সু-বন্দৱস্ত, সু-ব্যৱস্থা
अर्थ : কোনো কামৰ কাৰণে প্রথমৰে পৰা কৰা ব্যৱস্থা
उदाहरणे : কৃষি মন্ত্রালয়ে এখন কৃষি-মেলাৰ আয়োজন কৰিছে
समानार्थी : আয়োজন, বন্দৱস্ত, যো-জা
स्थापित करा