अर्थ : বিজুলী, খনিজ তেল, কয়লা আদিৰে বেলেগ বেলেগ সা-সৰঞ্জাম পৰিচালিত কৰা যতন বিশেষ
उदाहरणे :
ইঞ্জিনৰ বিজুতিৰ বাবে উৰাজাহাজখনে অৱতৰণ কৰিব লগা হʼল
समानार्थी : ইঞ্জিন, কল, চলন যন্ত্র, মেচিন
अर्थ : কোনো বিশেষ কাম কৰিবলৈ বা কোনো বস্তু বনাবলৈ ব্যৱহাৰ কৰা উপকৰণ
उदाहरणे :
আধুনিক যুগত নতুন নতুন যন্ত্রৰ সৃষ্টি হৈ আছে
समानार्थी : কল, মেচিন, যন্ত্র-পাতি