पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील যখ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

যখ   বিশেষ্য

अर्थ : মোক্ষ বা মুক্তিৰ অভাৱত কোনো মৃত ব্যক্তিৰ আত্মাই ধাৰণ কৰা এক ৰূপ যি সততে কষ্টদায়ক আৰু অমাংগলিক কামবোৰ কৰি ফুৰে বুলি মানুহে বিশ্বাস কৰে:আধুনিক যুগত ভূতৰ কোনো অস্তিত্ব নাই

उदाहरणे :

समानार्थी : অপচ্ছায়া, অপদেৱতা, উপদেৱতা, কন্ধ, কবন্ধ, জীন, দেও, পিশাচ, পেৰেত, প্রেত, ভূত, ভূত-প্রেত

যখ   বিশেষণ

अर्थ : যিজনে ধন ভোগ নকৰে, খৰচ নকৰে আৰু কাকো নিদিয়ে:ইমান ধনী হোৱা স্বত্বেও তেওঁ বৰ কৃপণ

उदाहरणे :

समानार्थी : কঞ্জুস, কটকিনা, কাঠ-কুঠাৰ, কুৱাং, কৃপণ, কৰাইচ, গূ-পেৰেত, গূত চাউল ধোৱা, চিকটা কির্পিন, চিপা, চিপিৰা, জিকাজৰী, টানমুঠিয়া, বখিল, বজ্রবটালি, বান্ধকানি, বেতেৰি-চেপা, হাতে শুকোৱা

चौपाल