अर्थ : এবিধ উদ্ভিদ যাৰ আঁহৰ ্ পৰা ৰচী, থৈলা, ডাঠ কাপোৰ আদি তৈয়াৰ কৰা হয়
उदाहरणे :
বেঙ্গলত মৰাপাটৰ খেতি বেছিকৈ হয়
समानार्थी : মৰাপাট
अर्थ : মৃত্যু হোৱা বা শৰীৰৰ পৰা প্রাণবায়ু ওলোৱা কার্য
उदाहरणे :
দুর্ঘ্্টনাগ্রস্ত মানুহজন আজি পুৱাই মৰি থাকিল
समानार्थी : অনন্তধামলৈ গতি কৰা, আয়ু বেলি মাৰ যোৱা, ইহলীলা সম্বৰণ কৰা, কাল হোৱা, চকু মুদা, চাউল উকলা, জীৱ বাজ হোৱা, জীৱ যোৱা, জীৱন বন্তি নুমাই যোৱা, ঢুকোৱা, দেহা পেলোৱা, দেহান্তৰ ঘটা, ধাতু বাজ হোৱা, পাৰ হোৱা, প্রাণ যোৱা, পৰপাৰলৈ গতি কৰা, পৰপাৰলৈ গমন কৰা, পৰলোকগামী হোৱা, বৈকুণ্ঠগামী হোৱা, মুক্তি লাভ কৰা, মৃত্যু হোৱা, মোক্ষ লাভ কৰা, শেষ নিশ্বাস ত্যাগ কৰা, শেষ নিশ্বাস লোৱা, সিপাৰ হোৱা, সিফলীয়া হোৱা, স্বর্গগ্ামী হোৱা, স্বর্গী হোৱা, সৰকা, হাড় পেলোৱা
अर्थ : মৰাৰ সমান কষ্ট কৰা
उदाहरणे :
তেওঁ দিনে-ৰাতিয়ে যিজন ভায়েকৰ চোৱা-চিতাৰ কাৰণে মৰি আছিল, সেই ভায়েকে তেওঁক নিৰাশ কৰিলে
अर्थ : খেলৰ কোনো গুটী বা খেলুৱৈৰ খেলৰ নিয়মানুসৰি কোনো কাৰণে খেলৰ পৰা বাহিৰ হোৱা বা পৃথক কৰা
उदाहरणे :
এই খেলত আমাৰ চাৰিজন লগৰীয়া মৰি থাকিল যদিও খেলত আমি জিকিলোঁ
अर्थ : কোনো বস্তু ভিতৰলৈ ঠেলিবৰ কাৰণে তাৰ ওপৰত জোৰেৰে কৰা প্রহাৰ
उदाहरणे :
ৰামে মূর্তিটো লগাবৰ কাৰণে বেৰত গজাল মাৰিছে
अर्थ : কোনো মনোবেগ, ইচ্ছা আদিৰ হেঁচি নধৰাকৈ সমানে সমানে হোৱা কার্য
उदाहरणे :
ঘনে-ঘনে চাহ খোৱাৰ কাৰণে মোৰ ভোক মৰি গʼল
समानार्थी : মৰি যোৱা
अर्थ : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
उदाहरणे :
পুলিচে চোৰটোক লাঠিৰে মাৰিছে
समानार्थी : কোবোৱা, ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা
अर्थ : জীৱনৰ অন্ত পেলোৱা কার্য
उदाहरणे :
সন্ত্রাসবাদীয়ে পাঁচজন লোকক মাৰিলে
समानार्थी : জীৱন লোৱা, প্রাণ বায়ু উৰোৱা, প্রাণ লোৱা, বধ কৰা, সংহাৰ কৰা, হত্যা কৰা, হনন কৰা