सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : লʼৰা-ছোৱালীৰ লগত কৰা প্রেমপূর্ণ ব্যৱহাৰ
उदाहरणे : অত্যাধিক মৰমৰ বাবে লʼৰা-ছোৱালী নষ্ট হয়
समानार्थी : ভালপোৱা
अर्थ : সৰুজনৰ প্রতি হৃদয়ত উথলি উঠা ভালপোৱা
उदाहरणे : জৱাহৰলাল নেহৰুৱে সৰু লʼৰা-ছোৱালীক বহুত মৰম কৰিছিল
समानार्थी : চেনেহ, মমতা, মৰম-চেনেহ, স্নেহ
स्थापित करा