কইৰা চৰাই (বিশেষ্য)
মাইকী কুকুৰাৰ গঢ়ৰ কʼলা-মুগা বৰণীয়া এবিধ বনৰীয়া চৰাই, যাক মানুহে মাংস আৰু আনন্দদায়ক যুঁজৰ ্ কাৰণেও পোহে
পুতলা (বিশেষ্য)
সৰু লʼৰা-ছোৱালীয় খেলিবৰ কাৰণে কাপোৰ প্লাষ্টিক আদিৰে মানুহৰ আকৃতিৰ নিচিনাকৈ সজা খেলা সামগ্রী
কুৰুৱা বতাহ (বিশেষ্য)
পূবৰ পৰা বৈ অহা বতাহ
সুঘ্রাণ (বিশেষ্য)
ভাল গোন্ধ
হঁয়কলী (বিশেষ্য)
মাইকী কুকুৰাৰ গঢ়ৰ কʼলা-মুগা বৰণীয়া এবিধ বনৰীয়া চৰাই, যাক মানুহে মাংস আৰু আনন্দদায়ক যুঁজৰ ্ কাৰণেও পোহে
হস্তকলা (বিশেষ্য)
হাতেৰে বস্তু বনাই তৈয়াৰ কৰা কার্য
মহীচুঙা (বিশেষ্য)
লিখিবৰ কাৰণে ব্যৱহাৰ কৰা চিয়াহী ৰখা পাত্র
মায়াহীন (বিশেষণ)
যʼত দয়া নাই:কংস এজন নির্দয় ব্যক্তি আছিল
গ্রহবিপ্র (বিশেষ্য)
সূর্য, চন্দ্র, গ্রহ-নক্ষত্র আদিৰ স্থান নিৰীক্ষণ কৰি ভৱিষ্যতৰ বিষয়ে কʼব পৰা লোক
মইনা চৰাই (বিশেষ্য)
এছিয়া মহাদেশত পোৱা কʼলা বৰণৰ এবিধ চৰাই যিয়ে মানুহে শিকোৱা ধৰণে কথা কʼব পাৰে