सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ছালৰ ওপৰত জমা হোৱা ধূলি-বালি বা ঘম আদিৰ তৰপ
उदाहरणे : তেওঁ মলি চফা কৰিবৰ কাৰণে সদায় চাবোনেৰে গা-ধোৱে
समानार्थी : ছালৰ মলি, মলি
अर्थ : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি
उदाहरणे : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে
समानार्थी : মল, লেতেৰা
अर्थ : কোনো বস্তুৰ গাঢ় মল
उदाहरणे : তেওঁ চকুত বহুত ময়লা আছে
स्थापित करा