पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ম্লান शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ম্লান   বিশেষণ

अर्थ : যাৰ কান্তি মাৰ গৈছে

उदाहरणे : মাকক দেখিয়ে পুতেকৰ ম্লান মুখ উজ্বলি উঠিল

समानार्थी : অনুজ্জ্বল, নিষ্প্রভ, মলিন, স্তিমিত

अर्थ : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে

उदाहरणे : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি

समानार्थी : অন্যমনস্ক, উদাস, বিৰক্ত

अर्थ : যাৰ তেজ নাই বা যিজনৰ তেজৰ অভাৱ হৈছে

उदाहरणे : সদায় চিন্তিত হৈ থকাৰ কাৰণে তেওঁৰ চেহেৰা যৌৱনতে নিস্তেজ হʼবলৈ ধৰিছে

समानार्थी : অপ্রভ, আভাহীন, কান্তিহীন, তেজহীন, নিস্তেজ, মলীন, মোলান, শেতা

चौपाल