पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মোনা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মোনা   বিশেষ্য

अर्थ : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ

उदाहरणे : মোৰ ধনৰ মোনাটো চুৰি হʼল

समानार्थी : জোলোঙা, বেগ

अर्थ : বস্তু আদি ভৰাবলৈ বা সাঁচি ৰাখিবৰ কাৰণে কাপোৰ আদিৰ পৰা তৈয়াৰ কৰা এক প্রকাৰৰ পাত্র বিশেষ

उदाहरणे : মোনাটো ফাটি যোৱাৰ কাৰণে কিছুমান বস্তু ৰাষ্টাতে পৰি আহিল

समानार्थी : জোলোঙা

अर्थ : যি কাপোৰত কিতাপ, বহি আদি বান্ধি ৰখা হয় বা বন্ধা হয়

उदाहरणे : ককাই ৰচীদবোৰ মোনাত ৰাখে

समानार्थी : বেগ

अर्थ : মোনাৰ বস্তু

उदाहरणे : তেওঁ বিদ্যালয়ৰ পৰা ঘৰলৈ আহিয়েই মোনাটোৰ ভিতৰৰ বস্তুবোৰ খেলিমেলি কৰি পেলালে

समानार्थी : বস্তা, বেগ

चौपाल