पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মেৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মেৰ   বিশেষ্য

अर्थ : ৰছী আদিত থকা পাক

उदाहरणे : কোনো ৰচীত যিমান গোঠনি থাকে সিমানে ৰছিডাল মজবুত হয়

समानार्थी : গোঁঠনি, পাক

अर्थ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন

उदाहरणे : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে

समानार्थी : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, বেৰা

अर्थ : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে

उदाहरणे : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে

समानार्थी : মেচ

अर्थ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে

उदाहरणे :

समानार्थी : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম

अर्थ : ঘূৰা কার্য ্বা অৱস্থা

उदाहरणे : এই ৰাস্তাটোত বহুত মেৰ আছে

समानार्थी : ঘেৰ

अर्थ : যি ঠাইৰ পৰা কোনো বস্তুৱে অন্যফাললৈ গতি কৰে

उदाहरणे : তাঁৰডালৰ মেৰটোত এটা জেঠী বহি আছে

चौपाल