अर्थ : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া
उदाहरणे :
তেওঁ বিচনাত চাদৰখন মেলি দিলে
समानार्थी : পাৰি দিয়া, বিস্তাৰ কৰা, মেলা
अर्थ : কোনো বস্তুৰ প্রসাৰিতকৰণ
उदाहरणे :
তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
समानार्थी : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলা