पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মেলা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মেলা   বিশেষ্য

अर्थ : উৎসৱ-পার্বণ আদিৰ সময়ত বা বস্তু আদিৰ ক্রয়-বিক্রয় বা প্রদর্শনীৰ কাৰণে কোনো স্থানত বহুতো লোক একত্রিত হোৱা কার্য

उदाहरणे : মাঘী পূর্ণিমাৰ দিনা প্রয়াগত মেলা বহে

अर्थ : অতি উলহ-মালহেৰে ডাঙৰকৈ আয়োজন কৰা সার্বজনীন মাংগলিক কার্য:আমাৰ বিদ্যালয়ত শিশু দিৱস উপলক্ষে এখনি বহু ডাঙৰ সমাৰোহৰ আয়োজন কৰা হৈছে

उदाहरणे :

समानार्थी : উছব, উৎসৱ, মহোৎসৱ, সমাৰোহ

মেলা   ক্ৰিয়া

अर्थ : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া

उदाहरणे : তেওঁ বিচনাত চাদৰখন মেলি দিলে

समानार्थी : পাৰি দিয়া, বিস্তাৰ কৰা, মেলি দিয়া

अर्थ : কোনো বস্তুৰ প্রসাৰিতকৰণ

उदाहरणे : তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে

समानार्थी : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলি দিয়া

चौपाल