पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মেধা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মেধা   বিশেষ্য

अर्थ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি

उदाहरणे : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল

समानार्थी : জ্ঞান, ধী, ধীশক্তি, বিবেক, বুদ্ধি, মতি, মনীষা

अर्थ : মানুহে কোনো কামত অত্যধিক যোগ্যতাৰে কাম কৰি দেখুৱা এক বিশিষ্ট আৰু অসাধাৰণ মানসিক শক্তি বা গুণ

उदाहरणे : স্বামী বিবেকানন্দ এক অসাধাৰণ প্রতিভা আছিল

समानार्थी : প্রতিভা

अर्थ : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব

उदाहरणे : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল

समानार्थी : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মতি

चौपाल