अर्थ : হৰিণা জাতিৰ মাইকী
उदाहरणे :
চিৰিয়াখানাত হৰিণীবোৰে দেও দি আছে
समानार्थी : কুৰঙ্গিনী, কুৰঙ্গী, মাইকী হৰিণ, মাইকী হৰিণা, হৰিণী
अर्थ : ৰোগী অকস্মাৎ বেহুচ হৈ ঠাইতে পৰি যোৱা এবিধ বেমাৰ
उदाहरणे :
মৃগী দুৰাৰোগ্য নহয়
समानार्थी : মৃগী বেমাৰ, মৃৰগী, হিষ্টিৰীয়া, ্ আঁৱৰীয়া