सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শৰীৰৰ ডিঙিৰ ওপৰৰ ভাগ
उदाहरणे : মূৰত আঘাত কৰিলে মানুহৰ প্রাণহানিও হʼব পাৰে
समानार्थी : একাঙ্গ, প্রধানাঙ্গ, বক্ত্র, বৰাঙ্গ, মস্তক, মাথ, মাথা, মুণ্ডু, মুর্দ্ধা, মূণ্ড, মূণ্ডক, শিৰ
अर्थ : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
उदाहरणे : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
समानार्थी : আগ, কাষ
अर्थ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
उदाहरणे : এই কাঁহীখনৰ কাণটো বৰ পাতল
समानार्थी : কাণ, কাষ, কিনাৰ, প্রান্তৰ
अर्थ : শৰীৰৰ যি অংশত মগজু থাকে
उदाहरणे : মোহনৰ মূৰত চুলি নাই
समानार्थी : মাথা, শিৰ
अर्थ : মগজ সম্বন্ধীয়
उदाहरणे : মগজুৰ শল্য-চিকিৎসাৰ পৰিণতিত ৰোগীৰ মৃত্যু হʼল
समानार्थी : মগজু, মস্তিষ্ক
स्थापित करा