अर्थ : মুর্গী জাতিৰ মতা
उदाहरणे :
পুৱাই পুৱাই মুর্গীৰ ডাক শুনি মোৰ টোপনি ভাগিল
समानार्थी : মতা কুকুৰা, মতা মুর্গী, মোর্গা
अर्थ : কণী দিয়া এবিধ মাইকী চৰাই
उदाहरणे :
মুর্গীৰ কণী স্বাস্থ্যৰ কাৰণে উপযোগী
समानार्थी : মাইকী কুকৰা, মুৰগী