अर्थ : কোনো বস্তুৰ বিনিময় কার্যত ব্যৱহাৰ হোৱা সাঁচত ঢলা নির্দিষ্ট মূল্যৰ ধাতুৰ টুকুৰা
उदाहरणे :
পুৰণি কালত সোণ, ৰূপৰ মুদ্রাৰ প্রচলন আছিল
समानार्थी : ধাতুমুদ্রা
अर्थ : থিয় হোৱা, বহা আদিত শৰীৰৰ অংগৰ কোনো স্থিতি
उदाहरणे :
এই ফটোখনত আপোনাৰ মুদ্রাই কৈছে যে আপুনি শুই আছিল