सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মাৰিত ডাঙৰ গোলাকাৰ লাটুম লগোৱা থকা এবিধ প্রাচীন অস্ত্র
उदाहरणे : ভীম গদা চালনত নিপুণ আছিল
समानार्थी : গদা, মুষল
अर्थ : ব্যায়াম কৰোতে ব্যৱহাৰ কৰা কাঠেৰে বনোৱা দীঘল, গোলাকাৰ আৰু এফালে মুঠি মাৰি ধৰিব পৰা আহিলা
उदाहरणे : পালোৱানজনে মুদ্গৰেৰে কচৰত কৰি আছে
स्थापित करा