अर्थ : চেহেৰা লুকুৱাবৰ কাৰণে তাৰ ওপৰত দিয়া বা পিন্ধা কাপোৰ বিশেষ
उदाहरणे :
সন্ত্রাসবাদীবোৰে মুখা পিন্ধি আছিল
अर्थ : ধাতু, কাগজ আদিৰে বনোৱা মুখৰ আকাৰৰ বস্তু
उदाहरणे :
চার্কাচৰ বহুৱাই বিভিন্ন ধৰণৰ মুখা পিন্ধি দর্শকক আমোদ দি আছিল