पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মুখ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মুখ   বিশেষ্য

अर्थ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ

उदाहरणे : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে

समानार्थी : আনন, গঢ়, চেহেৰা, ঠগ, বদন, ৰূপ

अर्थ : চেহেৰাত বাহিৰৰ পৰা দেখা দিয়া মুখৰ ভাগ যʼত বাহিৰৰ তলৰ অংশত ্ওঁঠ ্থাকে

उदाहरणे : অধ্যাপকে মুখত আঙুলি থোৱাৰ লগে লগে শ্রেণীকোঠাটো নিজম পৰিল

अर्थ : কোনো ভৱন আদিৰৰ মূল প্রৱেশ দ্বাৰ

उदाहरणे : এই দূর্গটোৰ মুখ উত্তৰফালে আছে

अर्थ : মুখলৈ এবাৰত নিয়া আহাৰৰ পৰিমাণ

उदाहरणे : মই এগৰাহো খাবলৈ নাপাওঁতেই সি আহি ওলালহি

समानार्थी : গৰাহ, টেপা, মোকোৰা

अर्थ : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ খোলা অংশ যʼৰ পৰা কোনো বস্তু আদিৰ ভিতৰলৈ যাব বা বাহিৰলৈ ওলাব পাৰি

उदाहरणे : এই বটলটোৰ মুখখন বহুত পাতল

अर्थ : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি

उदाहरणे : মই সাতটা পেটক ভৰাব লাগে

समानार्थी : পেট

अर्थ : প্রাণীয়ে যি অংগৰ দ্বাৰা খায় আৰু কথা কয় বা মাত দিয়ে

उदाहरणे : ভয়তে তেওঁৰ মুখৰ মাত হৰিল

समानार्थी : মুখগহ্বৰ

अर्थ : কোনো বস্তুৰ সন্মুখৰ বা অগ্রভাগ অথবা সেই অংশ যʼৰ পৰা তাৰ ব্যৱহাৰ হয়

उदाहरणे : এই কম্পিউটাৰটোৰ মুখখন মোৰফালে ঘূৰাই দিয়া মহম্মদ শ্বাহৰ ঘৰৰ মুখটো কোনফালে আছে

चौपाल