पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মুক্তি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মুক্তি   বিশেষ্য

अर्थ : নিয়মৰ বান্ধোনৰ পৰা কোনো বিশেষ কাৰণত মুক্ত হোৱা কার্য

उदाहरणे : আমেৰিকাৰ দাসসকলক মুক্তি দিয়াৰ কৃতিত্ব আব্রাহাম লিংকনক দিয়া হয়

समानार्थी : অব্যাহতি, নিষ্কৃতি

अर्थ : জীৱৰ জন্ম আৰু মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হোৱা অৱস্থা

उदाहरणे : সৎ লোকৰ মোক্ষ প্রাপ্তি হয়

समानार्थी : কৈৱল্য, চিৰনিবৃত্তি, নি্র্বাণ, পৰমগতি, পৰমপদ, পৰমার্থ, পৰিনি্র্বাণ, মহানি্র্বাণ, মোক্ষ, মোক্ষপদ

अर्थ : মুক্ত হোৱা অৱস্থা বা ভাব

उदाहरणे : কালিলৈ মাধৱক জেলৰ পৰা মুক্তি দিয়া হʼব

समानार्थी : বন্ধনহীনতা

चौपाल