पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মুক্ত হোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মুক্ত হোৱা   ক্ৰিয়া

अर्थ : কোনো বন্ধন বা কাম আদিৰ পৰা মুক্ত হোৱা

उदाहरणे : ঋষিজনে নিজৰ সাধনাৰ বলত সংসাৰৰ দুখৰ পৰা উদ্ধাৰ পালে

समानार्थी : উদ্ধাৰ পোৱা, নিস্তাৰ পোৱা

अर्थ : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য

उदाहरणे : মাছবোৰ জালৰ পৰা এৰাই গʼল

समानार्थी : উন্মুক্ত হোৱা, এৰাই যোৱা, বন্ধন মুক্ত হোৱা, সুলকি যোৱা

अर्थ : এৰি দিয়া

उदाहरणे : এই অঞ্চলৰ কুখ্যাত গুণ্ডাটো কালিহে জেলৰ পৰা ওলাল

समानार्थी : ওলোৱা

चौपाल