अर्थ : কিহবাৰ সৈতে মিলি থকা কার্য
उदाहरणे :
তেল পানীত কেতিয়াও নিমিহলে
समानार्थी : এক হোৱা, মিশ্রিত হোৱা, মিহলা, মিহলি হোৱা, সংমিশ্রিত হোৱা
अर्थ : কোনো দ্রৱ পদার্থত ্কোনো বস্তু ঘূলি লৈ মিলোৱা কার্য
उदाहरणे :
আমি চৰবত বনাবলৈ পানীত চেনি ঘূলোঁ
समानार्थी : ঘোলা, মিশ্রিত কৰা, মিহলোৱা, সংমিশ্রিত কৰা