अर्थ : মিশ্রণ কৰা বা মিহলোৱা কার্য
उदाहरणे :
খেতিয়কে খেতিপথাৰত দিবৰ বাবে সাৰৰ মিশ্রণ কৰি আছে
समानार्थी : মিহলি
अर्थ : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
उदाहरणे :
কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
समानार्थी : সংমিশ্রণ