अर्थ : এবিধ মিঠা কন্দ বা মূল
उदाहरणे :
ব্রত পালন কৰিলে মিঠা আলুক ফল হিচাপে খোৱা হয়
समानार्थी : মিঠা আলু
अर्थ : মাটিত বগাই যোৱা এবিধ লতাগছ, যাৰ কন্দ খাবলৈ মিঠা
उदाहरणे :
মিঠাআলুৰ খেতিডৰাত খেতিয়কজনে কীটনাশক ঔষধ ছটিয়াই আছে
समानार्थी : মিঠা আলু, মিঠাআলুৰ গছ