पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মিটাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মিটাৰ   বিশেষ্য

अर्थ : যি যন্ত্রৰ দ্বাৰা ঘৰলৈ অহা পানী জোখা হয়

उदाहरणे : টেংকীটোৰ মিটাৰটো বেয়া গৈ গʼল

अर्थ : দৈর্ঘ্য জোখাৰ এক মাপ

उदाहरणे : কুর্তা চিলাবৰ কাৰণে আঢ়ৈ মিটাৰ কাপোৰ লাগিব

अर्थ : ঘৰ বা কাৰখানা আদিত ব্যয় হোৱা বিজুলী জুখিব কাৰণে ব্যৱহাৰ কৰা যন্ত্রবিশেষ

उदाहरणे : মোৰ ঘৰত দুটা মিটাৰ লগোৱা আছে

अर्थ : যি যন্ত্রৰ সহায়ত গতিশীল বস্তুৰ গতি জোখা হয়

उदाहरणे : এই গাড়ীখনৰ মিটাৰটোৱে কাম কৰা নাই

समानार्थी : গতিমাপক, স্পীডোমিটাৰ

चौपाल