सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো সত্য নহয়
उदाहरणे : মিছা কথা কোৱা পাপ
समानार्थी : অনৃত, অপ্রকৃত, অসত্য, ফাঁকি, ফাকতি, ফাকি-ফুকা, মিথ্যা
अर्थ : যি সত্যৰ ওপৰত আধাৰিত নহয়
उदाहरणे : সাক্ষীৰ মিছা জবানবন্দীত নি্র্দোষীজনৰ ্ ফাঁচী হʼল
समानार्थी : অপ্রকৃত, অসত্য, আসৈ, ঝুট, ঝুঠা, ফাকি, মিথ্যা
अर्थ : যাৰ কোনো উচিত বা সঠিক আধাৰ নাই
उदाहरणे : মানুহৰ নিজৰ বিষয়ে মিছা অহংকাৰ থাকে
समानार्थी : মিথ্যা
अर्थ : যিটো বাস্তৱসন্মত নহয়
उदाहरणे : তেওঁ ্কাল্পনিক কথাবোৰ সকলোকে শুনাই থাকে
समानार्थी : অবাস্তৱিক, অযথার্থ, কল্পিত, কাল্পনিক, খেয়ালি
स्थापित करा