सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বহুত মানুহে মাৰধৰ কৰি কৰা কাজিয়া
उदाहरणे : ছাত্রবোৰৰ উপদ্রৱত অতীষ্ঠ হৈ প্রধান শিক্ষকে অনির্দিষ্ট কাললৈ বিদ্যালয় বন্ধ কৰি দিলে আপোনালোকে অনর্থক ্উৎপাত নকৰিব
समानार्थी : উপদ্রৱ, উৎপাত, মাৰ-কিল, হাংগামা, হাঙ্গামা
अर्थ : মাৰপিট কৰা কার্য
उदाहरणे : নি্র্বাচনৰ সময়ত বহুত মাৰ-পিট হয়
समानार्थी : মাৰ-পিট
अर्थ : হাত-ভৰিৰে টনা-আজোঁৰা কৰি মাৰপিট কৰা কার্য
उदाहरणे : তেওঁলোক দুজনৰ মাজত তুমুলভাৱে কাজিয়া লাগিল
समानार्थी : কাজিয়া
स्थापित करा