सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি কাৰোবাক হত্যা কৰিছে
उदाहरणे : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
समानार्थी : অপঘাতক, অপঘাতী, আততায়ী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
अर्थ : মাৰি পেলাব পৰা
उदाहरणे : তেওঁ ্মাৰণ অস্ত্রৰে বাঘটোক প্রহাৰ কৰিলে
समानार्थी : মাৰণ
अर्थ : প্রৱল বিষৰ বেগ আদিক মষিমূৰ কৰি তাক নাশ কৰোতা
उदाहरणे : তেওঁৰ ্মাৰকস মন্ত্রই গুপ্তাদেৱক মৃত্যৰ মুখৰ পৰা বচালে
अर्थ : যাৰ দ্বাৰা কিহবাৰ প্রভাৱ নষ্ট বা দূৰ হয়
उदाहरणे : এই বিহখিনি মাৰক ঔষধ
समानार्थी : ঘাতক
स्थापित करा