अर्थ : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
उदाहरणे :
চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
समानार्थी : ইন্দ্র-জাল, ইন্দ্রজাল, চমৎকাৰ, মায়া জাল, যাদু
अर्थ : সাংসাৰিক জঞ্জাল
उदाहरणे :
তেওঁ ্সাংসাৰিকতাৰ পৰা মুক্ত হৈ সন্যাস লʼলে
समानार्थी : মায়াজাল, সাংসাৰিকতা