पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মাস शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মাস   বিশেষ্য

अर्थ : এটা সময়ৰ পৰা আৰম্ভ কৰি ত্রিশ দিনৰ সময়

उदाहरणे : এমাহত এই কামটো হৈ যাব

समानार्थी : দুইপক্ষ, মাহ

अर्थ : নির্দিষ্ট নাম থকা আৰু প্রায় ত্রিশ দিনীয়া বছৰৰ বাৰটা ভাগৰ ভাগবোৰ

उदाहरणे : তেওঁ ্ অহা মাহৰ বাৰ তাৰিখে আহিব

समानार्थी : ত্রিশ দিন, মাহ

अर्थ : খাদ্য হিচাপে খোৱা পশু-পক্ষী, মাছ আদিৰ দেহাংশ

उदाहरणे : তেওঁ ্ দোকানৰ পৰা দুই কিলো মাংস কিনিলে

समानार्थी : মঙহ, মাংস

अर्थ : শৰীৰৰ হাড় আৰু ছালৰ মাজৰ কোমল-লেউসেউ পদার্থ

उदाहरणे : মঙহাল শৰীৰত মাংস বেছি পৰিমাণে থাকে

समानार्थी : মঙহ, মাংস

चौपाल