पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মালিক शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মালিক   বিশেষ্য

अर्थ : বেতন বা পাৰিশ্রমিকৰ বিনিময়ত কাৰোবাক কার্যালয় বা কাৰখানাত কাম দিওঁতা ব্যক্তি

उदाहरणे : মালিকে কর্ম্্চাৰীৰ দাবী পূৰণ কৰিবলৈ অমান্তি হʼল

अर्थ : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে

उदाहरणे : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল

समानार्थी : অধিপতি, গৰাকী, স্বামী

अर्थ : ইছলাম ধর্মত ঈশ্বৰ বুজোৱা নাম

उदाहरणे : ঈশ্বৰ আৰু আল্লা একেই

समानार्थी : আল্লা, আল্লাহ, খুদা

अर्थ : ঘৰৰ মূল মানুহ

उदाहरणे : গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে

समानार्थी : গৃহপতি, গৃহস্থ, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী

चौपाल