सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি উপকৰণৰ দ্বাৰা কিবা বস্তু জোখা হয়
उदाहरणे : এইটো এক লিটাৰৰ মাপক
समानार्थी : মাপ, মাপক উপকৰণ
अर्थ : ভৰ, আয়তন আদি জোখা একক
उदाहरणे : ভৰ আৰু আয়তন জোখা মাপক বেলেগ-বেলেগ থাকে
समानार्थी : মাপ
अर्थ : দৈর্ঘ ্জোখা মাপনি বিশেষ যাৰ এফালে চেণ্টিমিটাৰ তথা মিলিমিটাৰ আৰু অন্যফালে ইঞ্চি তথা ফুটৰ ক্রমিক চিহ্ন দিয়া থাকে
उदाहरणे : সৰু স্কেল ছয় ইঞ্চিৰ হয়
समानार्थी : ইস্কেল, স্কেল
स्थापित करा