सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু জোখ বা মাপলোৱা কাম
उदाहरणे : খেতিডৰাৰ ভাগ-বাটোৱাৰা কৰাৰ কাৰণে তাৰ জোখমাপ কৰা হʼল
समानार्थी : জোখ-মাপ, জোখমাপ
अर्थ : যি উপকৰণৰ দ্বাৰা কিবা বস্তু জোখা হয়
उदाहरणे : এইটো এক লিটাৰৰ মাপক
समानार्थी : মাপক, মাপক উপকৰণ
अर्थ : ভৰ, আয়তন আদি জোখা একক
उदाहरणे : ভৰ আৰু আয়তন জোখা মাপক বেলেগ-বেলেগ থাকে
समानार्थी : মাপক
अर्थ : জোখ-মাপ কৰা কার্য
उदाहरणे : মণ্ডলজনে মাপ লোৱাৰ পিছত কার্যালয়লৈ গুচি গʼল
समानार्थी : জোখমাপ, নাপ
अर्थ : কোনো বস্তুৰ দীঘ, প্রস্থ, উচ্চতা আদি যাক কোনো নির্দিষ্ট দৈর্ঘ্যৰ আধাৰত তুলনা কৰা হয়
उदाहरणे : সোহনৰ কঁ্কালৰ জোখ ত্রিশ ইঞ্চি
समानार्थी : জোখ, জোখ-মাখ, পৰিমাপ
स्थापित करा