अर्थ : যি প্রতিষ্ঠা লাভ কৰিছে
उदाहरणे :
পণ্ডিত মহেশ নিজৰ ক্ষেত্রত এজন প্রতিষ্ঠিত ব্যক্তি
समानार्थी : অগ্রগনীয়, গণ্যমান্য, নাম থকা-, প্রতিষ্ঠিত, মাননীয়, সন্মানিত, সম্ভ্রান্ত
अर्थ : মানিবৰ যোগ্য
उदाहरणे :
এই কথাবোৰ যদি মান্য হয় তেতিয়াহে সকলোৱে বিশ্বাস কৰিব