सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে
उदाहरणे :
समानार्थी : মানা, সহা, সহ্য কৰা
अर्थ : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা
उदाहरणे : মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ
समानार्थी : মনা, স্বীকাৰ কৰা
स्थापित करा