सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শৰীৰৰ ডিঙিৰ ওপৰৰ ভাগ
उदाहरणे : মূৰত আঘাত কৰিলে মানুহৰ প্রাণহানিও হʼব পাৰে
समानार्थी : একাঙ্গ, প্রধানাঙ্গ, বক্ত্র, বৰাঙ্গ, মস্তক, মাথ, মুণ্ডু, মুর্দ্ধা, মূণ্ড, মূণ্ডক, মূৰ, শিৰ
अर्थ : মূৰৰ ভিতৰৰ সাৰ অংশ
उदाहरणे : মগজুৰ সংৰচনা বৰ জটিল
समानार्थी : ঘিউ, মগজু, মস্তিষ্ক
अर्थ : শৰীৰৰ যি অংশত মগজু থাকে
उदाहरणे : মোহনৰ মূৰত চুলি নাই
समानार्थी : মূৰ, শিৰ
स्थापित करा